মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ Atal Amrit Abhiyan

পি এম জে এ ৱাই

ভাৰত চৰকাৰ এই ক্ষেত্ৰত সতৰ্ক যে প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰসমূহে বৰ্তমানে প্ৰজনন, প্ৰসূতি, নৱজাতক, শিশু আৰু কিশোৰৰ স্বাস্থ্য (RMNCH+A) আৰু সংক্ৰামক ৰোগসমূহৰ ওপৰত অধিক গুৰুত্ব আৰোপ কৰিছে। স্বাস্থ্য ভাৰত, সমৃদ্ধ ভাৰত (Healthy India, Prosperous India) চৰকাৰৰ দৃষ্টিত স্বাস্থ্য হৈছে উন্নয়নৰ এক গুৰুত্বপূৰ্ণ আধাৰ। ৰাষ্ট্ৰীয় স্বাস্থ্য নীতি ২০১৭ ত অন্তৰ্ভুক্ত সকলোৰে বাবে স্বাস্থ্য আৰু সাৰ্বজনীন স্বাস্থ্যৰ দিশ সামৰি লৈ এই লক্ষ্যক বাস্তৱায়িত কৰিবলৈ মাননীয় প্ৰধানমন্ত্ৰীৰ নেতৃত্বত চৰকাৰে ‘আয়ুস্মান ভাৰত’ (Healthy India) নামেৰে এক অগ্ৰণী উদ্যোগ গ্ৰহণ কৰে।

1