মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ Atal Amrit Abhiyan

অটল অমৃত অভিযানৰ হস্পিতাল

  • অটল অমৃত যোযনা অধীন অসমৰ ভিতৰৰ চিকিৎসালয়ৰ তালিকা

    ক্ৰ. নং চিকিৎসালয়ৰ নাম জিলা বিশেষত্ব
    আদিত্য ডায়োগনাষ্টিক আৰু চিকিৎসালয় ডিব্ৰুগড় কাৰ্ডিঅ'লজী, চি টি ভি এচ, নেফ্ৰোলজীৰ লগতে ডায়েলাইচিচ
    এজাইল হস্পিটেল প্ৰাইভেট লিমিটেড কামৰূপ মহানগৰ শিশু ৰোগ
    আল-ছালাম চিকিৎসালয় গোৱালপাৰা নেফ্ৰোলজী, ডায়েলাইচিচ
    এপোলো চিকিৎসালয়- আগতে ইণ্টাৰনেচেনেল চিকিৎসালয় কামৰূপ মহানগৰ কাৰ্ডিঅ'লজী, চি টি ভি এচ
    আৰ্য চিকিৎসালয় কামৰূপ মহানগৰ নিওনেটোলজী, নেফ্ৰোলজী, ডায়েলাইচিচ
    অসম চিকিৎসা মহাবিদ্যালয় ডিব্ৰুগড় কাৰ্ডিঅ'লজী, নেফ্ৰোলজী, নিউৰোলজী, শিশু ৰোগ, বাৰ্ণচ, প্লাষ্টিক আৰু পুনৰ্গঠনমূলক অস্ত্ৰোপচাৰ, মেডিকেল অংক'লজী, বিকিৰণ অংক'লজী, চাৰ্জিকেল অংক'লজী
    আয়ুৰসুন্দ্ৰা চুপাৰস্পেচিয়েলিটি হস্পিটেল কামৰূপ মহানগৰ কাৰ্ডিঅ'লজী, নেফ্ৰোলজী
    কাছাৰ কৰ্কট চিকিৎসালয় আৰু গৱেষণা কেন্দ্ৰ কাছাৰ মেডিকেল অংক'লজী, বিকিৰণ অংক'লজী, চাৰ্জিকেল অংক'লজী
    ডিফু চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয় কাৰ্বি আংলং মেডিকেল অংক'লজী, বিকিৰণ অংক'লজী, চাৰ্জিকেল অংক'লজী
    ১০ দিছপুৰ হস্পিটেল প্ৰাইভেট লিমিটেড কামৰূপ মহানগৰ কাৰ্ডিঅ'লজী, নেফ্ৰোলজী, নিউৰোলজী
    ১১ দিছপুৰ পলিক্লিনিক চিকিৎসালয় কামৰূপ মহানগৰ শিশু ৰোগ, নেফ্ৰোলজী
    ১২ ডাউনটাউন হস্পিটেল কামৰূপ মহানগৰ কাৰ্ডিঅ'লজী
    ১৩ ড. বৰুৱা কৰ্কট প্ৰতিষ্ঠান কামৰূপ অস্ত্ৰোপ্ৰচাৰ অংকলজী, মেডিকেল অংকলজী, ৰেডিয়েচন অংকলজী
    ১৪ এক্সেল কেয়াৰ চিকিৎসালয় কামৰূপ মহানগৰ কাৰ্ডিঅ'লজী, নেফ্ৰোলজী, নিউৰোলজী
    ১৫ ফকৰুদ্দিন আলী আহমেদ চিকিৎসা মহাবিদ্যালয়, বৰপেটা বৰপেটা কাৰ্ডিঅ'লজী, নেফ্ৰোলজী, নিউৰোলজী, শিশু ৰোগ, বাৰ্ণচ, প্লাষ্টিক আৰু পুনৰ্গঠনমূলক অস্ত্ৰোপ্ৰচাৰ, অস্ত্ৰোপ্ৰচাৰ অংকলজী, মেডিকেল অংকলজী, ৰেডিয়েচন অংকলজী
    ১৬ গেট হস্পিটেল কামৰূপ মহানগৰ কাৰ্ডিঅ'লজী, নেফ্ৰোলজী, নিউৰোলজী, শিশু ৰোগ
    ১৭ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয় কামৰূপ মহানগৰ কাৰ্ডিঅ'লজী, নেফ্ৰোলজী, নিউৰোলজী, শিশু ৰোগ, বাৰ্ণচ, প্লাষ্টিক আৰু পুনৰ্গঠনমূলক অস্ত্ৰোপ্ৰচাৰ, অস্ত্ৰোপ্ৰচাৰ অংকলজী, মেডিকেল অংকলজী, ৰেডিয়েচন অংকলজী
    ১৮ জিএমচি কৰ্কট চিকিৎসালয় কামৰূপ মহানগৰ অস্ত্ৰোপ্ৰচাৰ অংকলজী, মেডিকেল অংকলজী, ৰেডিয়েচন অংকলজী
    ১৯ জি এন আৰ চি দিছপুৰ কামৰূপ মহানগৰ কাৰ্ডিঅ'লজী, নেফ্ৰোলজী, নিউৰোলজী
    ২০ জি এন আৰ চি চিকিৎসালয় ছয় মাইল কামৰূপ মহানগৰ কাৰ্ডিঅ'লজী, নেফ্ৰোলজী, নিউৰোলজী
    ২১ জিএনআৰচি চিকিৎসা বিজ্ঞান প্ৰতিষ্ঠান, আমিনগাঁও কামৰূপ মহানগৰ কাৰ্ডিঅ'লজী, নেফ্ৰোলজী, নিউৰোলজী
    ২২ গুৱাহাটী মেট্ৰ' চিকিৎসালয় কামৰূপ মহানগৰ কাৰ্ডিঅ'লজী, নেফ্ৰোলজী, নিউৰোলজী, শিশু ৰোগ, পোৰা, প্লাষ্টিক আৰু পুনৰ্গঠনমূলক অস্ত্ৰোপ্ৰচাৰ, অস্ত্ৰোপ্ৰচাৰ অংকলজী, মেডিকেল অংকলজী, ৰেডিয়েচন অংকলজী
    ২৩ এইচ.এম পলিক্লিনিক আৰু ডায়গনষ্টিক চেণ্টাৰ ডিব্ৰুগড় কাৰ্ডিঅ'লজী, নিউৰোলজী
    ২৪ হেম হস্পিটেল এণ্ড ৰিচাৰ্চ চেণ্টাৰ হোজাই নিওনেট'লজী
    ২৫ হায়াট চিকিৎসালয় কামৰূপ মহানগৰ কাৰ্ডিঅ'লজী, নিউৰোলজী
    ২৬ হেল্থ চিটি হস্পিটেল, গুৱাহাটী (নৰ্থ ইষ্ট হেল্থ চিটি প্ৰাইভেট লিমিটেডৰ এটা ইউনিট) কামৰূপ মহানগৰ কাৰ্ডিঅ'লজী, মেডিকেল অংকলজী
    ২৭ জে.জে. মেম'ৰিয়েল ডায়গনষ্টিকচ এণ্ড হস্পিটেলচ প্ৰাইভেট লিমিটেড ডিব্ৰুগড় কাৰ্ডিঅ'লজী, নিউৰোলজী, নিওনেট'লজী, শিশু ৰোগ
    ২৮ যোৰহাট খ্ৰীষ্টান চিকিৎসা কেন্দ্ৰ যোৰহাট নেফ্ৰোলজি
    ২৯ যোৰহাট চিকিৎসা মহাবিদ্যালয় যোৰহাট কাৰ্ডিঅ'লজী,নেফ্ৰোলজি, নিউৰোলজী, শিশু ৰোগ, বাৰ্ণচ, প্লাষ্টিক আৰু পুনৰ্গঠনমূলক অস্ত্ৰোপ্ৰচাৰ, অস্ত্ৰোপ্ৰচাৰ অংকলজী, মেডিকেল অংকলজী, ৰেডিয়েচন অংকলজী
    ৩০ কৰিমগঞ্জ অসামৰিক চিকিৎসালয় কৰিমগঞ্জ কাৰ্ডিঅ'লজী, নিউৰোলজী, নিওনেটোলজী, শিশু ৰোগ
    ৩১ কেজিএমটি মাল্টিস্পেচিয়েলিটি হস্পিটেল কামৰূপ মহানগৰ কাৰ্ডিঅ'লজী, নিউৰোলজী, নেফ্ৰোলজি
    ৩২ মাৰোৱাৰী চিকিৎসালয় কামৰূপ মহানগৰ নিওনেটোলজী, নেফ্ৰোলজি
    ৩৩ মেডিকেয়াৰ ডায়েগানোষ্টিক চিকিৎসালয় ডিব্ৰুগড় কাৰ্ডিঅ'লজী, নিউৰোলজী, নেফ্ৰোলজি
    ৩৪ মিডলেণ্ড হস্পিটেল এণ্ড ৰিচাৰ্চ চেণ্টাৰ (প্ৰা) লিমিটেড কামৰূপ মহানগৰ কাৰ্ডিঅ'লজী, নিউৰোলজী, নেফ্ৰোলজি, শিশু ৰোগ, বাৰ্ণচ, প্লাষ্টিক আৰু পুনৰ্গঠনমূলক অস্ত্ৰোপ্ৰচাৰ, অস্ত্ৰোপ্ৰচাৰ অংকলজী, মেডিকেল অংকলজী, ৰেডিয়েচন অংকলজী
    ৩৫ নলবাৰী মাল্টিস্পেচিয়েলিটি হস্পিটেল নলবাৰী কাৰ্ডিঅ'লজী, নিউৰোলজী, নেফ্ৰোলজি
    ৩৬ নাৰায়ণ চুপাৰস্পেচিয়েলিটি হস্পিটেল কামৰূপ কাৰ্ডিঅ'লজী, নিউৰোলজী, নেফ্ৰোলজি
    ৩৭ নেমকেয়াৰ হস্পিটেল কামৰূপ মহানগৰ জুয়ে পোৰা, প্লাষ্টিক আৰু পুনৰ্গঠনমূলক অস্ত্ৰোপ্ৰচাৰ
    ৩৮ নৰ্থ ইষ্ট কেন্সাৰ হস্পিটেল এণ্ড ৰিচাৰ্চ ইনষ্টিটিউট কামৰূপ মহানগৰ অস্ত্ৰোপ্ৰচাৰ অংকলজী, মেডিকেল অংকলজী, ৰেডিয়েচন অংকলজী
    ৩৯ এচ কে ৰয় অসামৰিক চিকিৎসালয় হাইলাকান্দি শিশু ৰোগ, নিওনেটোলজী
    ৪০ চেইণ্ট জনচ চিকিৎসালয় কামৰূপ মহানগৰ নিউৰোলজী, নেফ্ৰোলজি, শিশু ৰোগ
    ৪১ শিলচৰ চিকিৎসা মহাবিদ্যালয় কাচাৰ কাৰ্ডিঅ'লজী, নিউৰোলজী, নেফ্ৰোলজি, শিশু ৰোগ, জুয়ে পোৰা, প্লাষ্টিক আৰু পুনৰ্গঠনমূলক অস্ত্ৰোপ্ৰচাৰ, অস্ত্ৰোপ্ৰচাৰ অংকলজী, মেডিকেল অংকলজী, ৰেডিয়েচন অংকলজী
    ৪২ স্পৰ্শ চিকিৎসালয় কামৰূপ শিশু ৰোগ, কাৰ্ডিঅ'লজী
    ৪৩ চান ভেলী হস্পিটেল কামৰূপ মহানগৰ শিশু ৰোগ, কাৰ্ডিঅ'লজী
    ৪৪ স্বাগত চুপাৰস্পেচিয়েলিটি চাৰ্জিকেল ইনষ্টিটিউট কামৰূপ মহানগৰ শিশু ৰোগ, কাৰ্ডিঅ'লজী
    ৪৫ স্বৰ্গদেউ চুকাফা মাল্টিস্পেচিয়েলিটি চিকিৎসালয় শিৱসাগৰ শিশু ৰোগ, কাৰ্ডিঅ'লজী
    ৪৬ স্বাস্তী চিকিৎসালয় কামৰূপ নিওনেটোলজী, কাৰ্ডিঅ'লজী, নিউৰোলজী, নেফ্ৰোলজি
    ৪৭ তেজপুৰ চিকিৎসা মহাবিদ্যালয় শোণিতপুৰ কাৰ্ডিঅ'লজী, নিউৰোলজী, নেফ্ৰোলজি, শিশু ৰোগ,জুয়ে পোৰা, প্লাষ্টিক আৰু পুনৰ্গঠনমূলক অস্ত্ৰোপ্ৰচাৰ, অস্ত্ৰোপ্ৰচাৰ অংকলজী, মেডিকেল অংকলজী, ৰেডিয়েচন অংকলজী
    ৪৮ উইনট্ৰৱ হস্পিতাল কামৰূপ মহানগৰ শিশু ৰোগ
    ৪৯ ক্ৰিটিকেল কেয়াৰ হস্পিটেল আৰু ৰিচাৰ্চ ইনষ্টিটিউত কামৰূপ মহানগৰ কাৰ্ডিঅ'লজী, নিউৰোলজী, নেফ্ৰোলজি
    ৫০ ৰঙিয়া পলিক্লিনিক আৰু নাৰ্চিং হোম কামৰূপ মহানগৰ কাৰ্ডিঅ'লজী,নিওনেটোলজী, শিশু ৰোগ
    ৫১ অৰুণা মেম'ৰিয়েল হস্পিটেল (পি) লিমিটেড কামৰূপ মহানগৰ শিশু ৰোগ,নিওনেটোলজী,কাৰ্ডিঅ'লজী, নেফ্ৰোলজী, নিউৰোলজী
    ৫২ বৰপেটা কৰ্কট কেন্দ্ৰ বৰপেটা মেডিকেল অংকলজী, ৰেডিয়েচন অংকলজী
    ৫৩ অসম কেঞ্চাৰ কেয়াৰ ফাউণ্ডেচন ডিব্ৰুগড় মেডিকেল অংকলজী, ৰেডিয়েচন অংকলজী
    ৫৪ ব্লুবাৰ্ড হেল্থকেয়াৰ এণ্ড ৰিচাৰ্চ ইনষ্টিটিউ কামৰূপ মহানগৰ মেডিকেল অংকলজী
    ৫৫ অনকো কেয়াৰ ডিফু কাৰ্বি আংলং মেডিকেল অংকলজী, ৰেডিয়েচন অংকলজী

    অটল অমৃত যোযনা অধীন অসমৰ বাহিৰৰ চিকিৎসালয়ৰ তালিকা

    ক্ৰ. নং চিকিৎসালয়ৰ নাম জিলা বিশেষত্ব
    এপোলো চিকিৎসালয় চি বি ডি বেলাপুৰ মুম্বাই অস্ত্ৰোপ্ৰচাৰ অংকলজী, মেডিকেল অংকলজী, ৰেডিয়েচন অংকলজী
    Bloom চিকিৎসালয় (জনপা ৰেড্ডী চিকিৎসালয়ৰ এটা ইউনিট) হায়দৰাবাদ শিশু ৰোগ
    চাৰ্ণক হস্পিতাল প্ৰাইভেট লিমিটেড কোলকাতা কাৰ্ডিও থ'ৰেচিক অস্ত্ৰোপচাৰ, নিউৰ' অস্ত্ৰোপচাৰ, কাৰ্ডিঅ'লজী, নিউৰোলজী
    ধৰমশিলা নাৰায়ণ চুপাৰস্পেচিয়েলিটি হস্পিটেল গুড়গাওঁ কাৰ্ডিও থ'ৰেচিক অস্ত্ৰোপচাৰ, নিউৰ' অস্ত্ৰোপচাৰ, অস্ত্ৰোপ্ৰচাৰ অংকলজী, মেডিকেল অংকলজী, ৰেডিয়েচন অংকলজী, কাৰ্ডিঅ'লজী, নিউৰোলজী, নেফ্ৰোলজি
    এইচ্ চি জি ইক' কৰ্কট কেন্দ্ৰ কোলকাতা অস্ত্ৰোপ্ৰচাৰ অংকলজী, মেডিকেল অংকলজী, ৰেডিয়েচন অংকলজী
    হেল্ঠ কেয়াৰ গ্ল'বেল এণ্টাৰপ্ৰাইজেচ লিমিটেড বাঙ্গালুৰু অস্ত্ৰোপ্ৰচাৰ অংকলজী, মেডিকেল অংকলজী, ৰেডিয়েচন অংকলজী
    কোলহাপুৰ কৰ্কট কেন্দ্ৰ মুম্বাই অস্ত্ৰোপ্ৰচাৰ অংকলজী, মেডিকেল অংকলজী, ৰেডিয়েচন অংকলজী
    মজুমদাৰ শ্ব' মেডিকেল চেণ্টাৰ বাঙ্গালুৰু কাৰ্ডিও থ'ৰেচিক অস্ত্ৰোপচাৰ, নিউৰ' অস্ত্ৰোপচাৰ, অস্ত্ৰোপ্ৰচাৰ অংকলজী, মেডিকেল অংকলজী, ৰেডিয়েচন অংকলজী, কাৰ্ডিঅ'লজী, নিউৰোলজী, নেফ্ৰোলজি
    নাৰায়না ইন্সটিটিউট অৱ কাৰ্ডিক চাইন্স বাঙ্গালুৰু কাৰ্ডিও থ'ৰেচিক অস্ত্ৰোপচাৰ, কাৰ্ডিঅ'লজী
    ১০ নাৰায়ণ চুপাৰস্পেচিয়েলিটি হস্পিটেল - এম এম আৰ এইচ্ এল এটি ইউনিট কোলকাতা কাৰ্ডিও থ'ৰেচিক অস্ত্ৰোপচাৰ, কাৰ্ডিঅ'লজী
    ১১ নাৰায়ণ চুপাৰস্পেচিয়েলিটি হস্পিটেল অসম কাৰ্ডিও থ'ৰেচিক অস্ত্ৰোপচাৰ, নিউৰ' অস্ত্ৰোপচাৰ, অস্ত্ৰোপ্ৰচাৰ অংকলজী, মেডিকেল অংকলজী, ৰেডিয়েচন অংকলজী, কাৰ্ডিঅ'লজী, নিউৰোলজী, নেফ্ৰোলজি
    ১২ ওম্নি হস্পিতাল হায়দৰাবাদ জেনিটৰিনাৰি অস্ত্ৰোপচাৰ, নিউৰ' অস্ত্ৰোপচাৰ, বাৰ্ণচ, প্লাষ্টিক আৰু পুনৰ্গঠনমূলক অস্ত্ৰোপ্ৰচাৰ, কাৰ্ডিঅ'লজী, নিউৰোলজী, নেফ্ৰোলজি, নিওনেটোলজী
    ১৩ পিয়েৰলেছ হস্পিতেক্স হস্পিতাল কোলকাতা কাৰ্ডিও থ'ৰেচিক অস্ত্ৰোপচাৰ, কাৰ্ডিঅ'লজী
    ১৪ পুষ্পাৱতী সিংহানিয়া হস্পিতাল আৰু গৱেষণা ইন্সটিটিউট গুড়গাওঁ কাৰ্ডিও থ'ৰেচিক অস্ত্ৰোপচাৰ, নিউৰ' অস্ত্ৰোপচাৰ, অস্ত্ৰোপ্ৰচাৰ অংকলজী, মেডিকেল অংকলজী, ৰেডিয়েচন অংকলজী, কাৰ্ডিঅ'লজী, নিউৰোলজী, নেফ্ৰোলজি
    ১৫ ৰবীন্দ্ৰ নাথ টেগ'ৰ ইন্টাৰনেচনেল ইন্সটিটিউট অৱ কাৰ্ডিক চাইন্স কোলকাতা কাৰ্ডিও থ'ৰেচিক অস্ত্ৰোপচাৰ,কাৰ্ডিঅ'লজী
    ১৬ আৰ এল কে চি হস্পিতাল মেট্ৰ' হাৰ্ট ইন্সটিটিউট গুড়গাওঁ কাৰ্ডিঅ'লজী
    ১৭ ৰুবি জেনেৰেল হস্পিতাল লিমিটেড কোলকাতা অস্ত্ৰোপ্ৰচাৰ অংকলজী, মেডিকেল অংকলজী, ৰেডিয়েচন অংকলজী, কাৰ্ডিঅ'লজী, নিউৰোলজী, নেফ্ৰোলজি
    ১৮ চক্ৰ ৱৰ্লড হস্পিতাল বাঙ্গালুৰু কাৰ্ডিও থ'ৰেচিক অস্ত্ৰোপচাৰ, নিউৰ' অস্ত্ৰোপচাৰ, অস্ত্ৰোপ্ৰচাৰ অংকলজী, মেডিকেল অংকলজী, ৰেডিয়েচন অংকলজী, কাৰ্ডিঅ'লজী, নিউৰোলজী, নেফ্ৰোলজি
    ১৯ সৰ্বোদয়া হস্পিতাল আৰু গৱেষণা কেন্দ্ৰ - আশু হস্পিতালৰ এটি ইউনিট ফৰিদাবাদ কাৰ্ডিও থ'ৰেচিক অস্ত্ৰোপচাৰ, নিউৰ' অস্ত্ৰোপচাৰ, অস্ত্ৰোপ্ৰচাৰ অংকলজী, মেডিকেল অংকলজী, ৰেডিয়েচন অংকলজী, কাৰ্ডিঅ'লজী, নিউৰোলজী, নেফ্ৰোলজি
    ২০ এচ আৰ চি চি শিশু হস্পিতাল (নাৰায়না হ্ৰুদালয়া লিমিটেড এক ইউনিট) মুম্বাই কাৰ্ডিও থ'ৰেচিক অস্ত্ৰোপচাৰ, নিউৰ' অস্ত্ৰোপচাৰ, অস্ত্ৰোপ্ৰচাৰ অংকলজী, মেডিকেল অংকলজী, ৰেডিয়েচন অংকলজী, কাৰ্ডিঅ'লজী, নিউৰোলজী, নেফ্ৰোলজি
    ২১ শ্ৰী নাৰায়নী হস্পিতাল আৰু গৱেষণা কেন্দ্ৰ ভেল'ৰ কাৰ্ডিও থ'ৰেচিক অস্ত্ৰোপচাৰ, নিউৰ' অস্ত্ৰোপচাৰ, অস্ত্ৰোপ্ৰচাৰ অংকলজী, মেডিকেল অংকলজী, ৰেডিয়েচন অংকলজী, কাৰ্ডিঅ'লজী, নিউৰোলজী, নেফ্ৰোলজি
    ২২ চান চাইন হস্পিতাল হায়দৰাবাদ অস্ত্ৰোপ্ৰচাৰ অংকলজী
    ২৩ ডব্লিউ প্ৰতিক্ষা হস্পিতাল গুড়গাওঁ কাৰ্ডিঅ'লজী