মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ Atal Amrit Abhiyan

ওপৰিঞ্চি সংযোগ নীতি

বাহিৰা ৱেবছাইট/পৰ্টেলৰ লগত সংযোগঃ

এই ৱেবছাইটৰ বহুতো ঠাইত আন ৱেবছাইট/পৰ্টেলৰ লিংক আপুনি বিচাৰি পাব। এই লিংকবোৰ আপোনাৰ সুবিধাৰ বাবে ৰখা হৈছে। ৱেব লিংক বা ৱেবছাইটৰ বিষয়বস্তু আৰু বিশ্বাসযোগ্যতাৰ ক্ষেত্ৰত অটল অমৃত অভিযান আঁচনি বিভাগ দায়ী নহয়। এই ৱেবছাইটৰ লিংক বা তালিকাৰ উপস্থিতি কোনো সমৰ্থন হিচাপে অনুমান কৰা উচিত নহয়। আমি নিশ্চিত কৰিব নোৱাৰো যে সকলো সময়তে এই লিংকবোৰ সক্ৰিয় থাকিব আৰু লিংক পৃষ্ঠাৰ উপলব্ধতাৰ ওপৰত আমাৰ কোনো নিয়ন্ত্ৰণ নাই।

অন্য ৱেবছইটৰ দ্বাৰা আমাৰ ৱেবছাইটলৈ লিংকঃ

আন ৱেবছাইটৰ যোগান ধৰা তথ্যৰ বাবে প্ৰত্যক্ষভাৱে লিংক কৰাত আমাৰ আপত্তি নাথাকে আৰু তাৰ বাবে কোনো বিশেষ অনুমতিৰো প্ৰয়োজন নাহে। আমি আপোনালোকক এই ৱেবছাইটত প্ৰদান কৰা কোনো লিংকৰ বিষয়ে আমাক অৱগত কৰোৱাটো বিচাৰো যাতে ইয়াৰ কোনো পৰিৱৰ্তন বা আপডেটৰ বিষয়ে অৱগত কৰিব পাৰো। তদুপৰি, আমাৰ পৃষ্ঠাক আপোনাৰ ৱেবছাইটত অন্তৰ্ভুক্তিৰো আমি অনুমতি নিদিও। এই ৱেবছাইটৰ অন্তৰ্গত পৃষ্ঠাসমূহ নতুনকৈ খোলা ব্ৰাউচাৰ উইণ্ডোতহে লড হব।