মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ Atal Amrit Abhiyan

বিষয়বস্তু পৰিচালনা

অসম চৰকাৰৰ জলসিঞ্চন বিভাগৰ এই বিভাগীয় ৱেবচাইটটো অসম চৰকাৰৰ তথ্য প্ৰযুক্তি বিভাগৰ দ্বাৰা ৰূপাঙ্কিত হৈছে, পৰিকাঠামো সাজি উলিওৱা হৈছে আৰু ইয়াক প্ৰক্ষেপ কৰা হৈছে । এই ৱেবচাইটটো সৰ্বসাধাৰণ ৰাইজক তথ্য দিবলৈ এনে ৰূপ দিয়া হৈছে । এই ৱেবচাইটটোৰ জৰিয়তে জলসিঞ্চন বিভাগৰ আৰু ইয়াৰ অন্তৰ্গত সমূহ গোট/ প্ৰতিস্থানৰ বিশ্বাসযোগ্য, সৰ্বব্যাপী আৰু নিখুঁত তথ্য দাঙি ধৰাৰ প্ৰয়াস কৰা হৈছে । ঠাইসাপেক্ষে ভাৰত চৰকাৰৰ বিভিন্ন সম্পৰ্কিত পৰ্টেল/ ৱেবচাইটৰ হাইপাৰলিংক দি থোৱা হৈছে ।

ইয়াৰ থকা তথ্যখিনি বিভাগৰ বিভিন্ন গোট আৰু সংমণ্ডলৰ এক সংহত প্ৰচেষ্টাৰ ফল । আমাৰ প্ৰয়াস হ'ল নিয়মীয়া হিচাপত এই ৱেবচাইটটোৰ প্ৰযুক্তি, পৰিকল্পনা আৰু আগুৰি লোৱা ক্ষমতাৰ নিৰন্তৰ বিকাশ আৰু সমৃদ্ধি |