অটল অমৃত অভিযান - তালিকাভুক্তিৰ বাবে যোগ্য সুবিধাভোগীৰ তলত দিয়া বিৱৰণ হিচাবে জিলাত অৱস্থিত কিয়স্কৰ সৈতে যোগাযোগ কৰিব পাৰিব:
জিলাৰ নাম | KIOSK'ৰ স্থান |
---|---|
বাক্সা | ডo ৰবি বড়ো অসামৰিক চিকিৎসালয় |
বৰপেটা | এফ এ এ এম চি এইচ্ |
বঙাইগাঁৱ | সাস্থ্য সেৱাৰ যুটীয়া সঞ্চালক |
বিশ্বনাথ | বিশ্বনাথ অসামৰিক চিকিৎসালয় |
কাছাৰ | এচ এম দেৱ অসামৰিক চিকিৎসালয় |
চিৰাং | কাজলগাঁও জিলা কেন্দ্ৰ |
চৰাইদেও | সোণাৰি এচ ডি চি এইচ্ |
দৰং | মঙ্গলদৈ নতুন প্ৰসূতি চিকিৎসালয় |
ধেমাজী | ধেমাজী অসামৰিক চিকিৎসালয় |
ধুবুৰী | সাস্থ্য সেৱাৰ যুটীয়া সঞ্চালক |
ডিব্ৰুগড় | ১. সাস্থ্য সেৱাৰ যুটীয়া সঞ্চালক. ২. এ এম চি এইচ্ |
ডিমা হাছাও | সাস্থ্য সেৱাৰ যুটীয়া সঞ্চালক |
গোৱালপাৰা | সাস্থ্য সেৱাৰ যুটীয়া সঞ্চালক |
গোলাঘাট | কুশল কোঁৱৰ অসামৰিক চিকিৎসালয় |
হাইলাকান্দি | এচ কে ৰয় অসামৰিক চিকিৎসালয় |
হোজাই | হোজাই এফ আৰ ইউ |
যোৰহাট | যোৰহাট চিকিৎসা মহাবিদ্যালয় |
কামৰূপ মেট্ৰ' | জি এম চি এইচ্ আৰু এম চি চি এইচ্ |
কামৰূপ গ্ৰাম্য | তুলাৰাম বাফনা অসামৰিক চিকিৎসালয় |
পূৱ কাৰ্বি আংলং | জিলা উপায়ুক্ত কাৰ্যালয়, ডিফু |
পশ্চিম কাৰ্বি আংলং | ডোনকামোকাম চি এইচ্ চি |
কৰিমগঞ্জ | সাস্থ্য সেৱাৰ যুটীয়া সঞ্চালক |
কোকৰাঝাৰ | সাস্থ্য সেৱাৰ যুটীয়া সঞ্চালক |
লক্ষীমপুৰ | উত্তৰ লক্ষীমপুৰ অসামৰিক চিকিৎসালয় |
মৰিগাঁৱ | মৰিগাঁৱ অসামৰিক চিকিৎসালয় |
মাজুলী | গড়মূৰ এচ ডি চি এইচ্ |
নগাঁও | বি পি অসামৰিক চিকিৎসালয় |
নলবাৰী | নলবাৰী অসামৰিক চিকিৎসালয় |
শিৱসাগৰ | শিৱসাগৰ অসামৰিক চিকিৎসালয় |
শোণিতপুৰ | সাস্থ্য সেৱাৰ যুটীয়া সঞ্চালক আৰু তি এম চি এইচ্ |
দক্ষিণ শালমাৰা মানকাছাৰ | গাজিকান্দি বি পি চি এইচ্ |
তিনিচুকীয়া | এল জি বি অসামৰিক চিকিৎসালয় |
ওদালগুৰি | ওদালগুৰি অসামৰিক চিকিৎসালয় |