মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ Atal Amrit Abhiyan

আয়ুস্মান ভাৰত প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনা

  • আয়ুস্মান ভাৰত – প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনা (আপোনাৰ স্বাস্থ্য, আমাৰ প্ৰতিশ্ৰুতি)

    আয়ুস্মান ভাৰত – প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনা হৈছে ভাৰত চৰকাৰৰ এক ৰাষ্ট্ৰীয় ফ্লেগশ্বিপ আঁচনি, যিখন আঁচনিৰ উদ্দেশ্য হৈছে দৰিদ্ৰ আৰু দুৰ্বল শ্ৰেণীৰ আৰ্থিক বোজা হ্ৰাস কৰা। এই আঁচনিখনৰ অধীনত, প্ৰত্যেকটো যোগ্য পৰিয়ালক মাধ্যমিক আৰু তৃতীয় পৰ্যায়ৰ যত্নৰ বাবে প্ৰতি বছৰে তালিকাভূক্ত চিকিৎসালয়সমূহত নগদবিহীন চিকিৎসাসেৱাৰ বাবে ৫ লাখ টকাৰ কভাৰেজ প্ৰদান কৰা হয়। নিৰ্ধাৰিত মানদণ্ড অনুসৰি এছ ই চি চি-2011 ডেটাবেছত তালিকাভূক্ত সকলো পৰিয়াল কভাৰ কৰা হয়। আয়ুস্মান ভাৰত – প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনাৰ অধীনত ২৫ টা বিশেষত্ব সামৰি ১৩৫০ টা প্ৰক্ৰিয়া আছে। প্ৰক্ৰিয়াবোৰৰ তালিকা নিম্নলিখিত ধৰণৰ-
    বাৰ্নছ মেনেজমেণ্ট, কাৰ্ডিঅলজী, কাৰ্ডিঅ-থৰাছিছ আৰু ভাস্কোলাৰ অস্ত্ৰোপ্ৰচাৰ, আপাতকালীন ৰোম পেকেজেছ, জেনেৰেল মেডিচিন, জেনেৰেল অস্ত্ৰোপ্ৰচাৰ, ইণ্টাৰভেনশ্বন নিউৰোৰেডিঅলজী, মেডিকেল অংকোলজী, মানসিক বিকাৰৰ পেকেজসমূহ, নৱ- প্ৰসৱ সেৱা পেকেজসমূহ, নিউৰোচাৰ্জাৰী, প্ৰসূতি আৰু স্ত্ৰীৰোগ বিজ্ঞান, অপথালমোলজী, অৰেল আৰু মেক্সিলোফেচিয়েল অস্ত্ৰোপ্ৰচাৰ, অৰ্থোপেডিক্স, অটোৰাইনোলেৰিঙ্গোলজি, পেডিয়াট্ৰিক মেডিকেল মেনেজমেণ্ট, পেডিয়াট্ৰিক অস্ত্ৰোপ্ৰচাৰ, প্লাষ্টিক আৰু পুনৰ্গঠনমূলক অস্ত্ৰোপ্ৰচাৰ, পলিট্ৰমা, ৰেডিয়েচন অংকলজী, অস্ত্ৰোপচাৰ অংকলজী, ইউৰোলজি, পেডিয়াট্ৰিক কৰ্কট ৰোগ আৰু অনিৰ্দিষ্ট অস্ত্ৰোপ্ৰচাৰ পেকেজ।

    চিকিৎসালয়ৰ সন্ধান

    চিকিৎসালয়সমূহ, ৰাজহুৱা, ব্যক্তিগত আৰু চি এইচ চি/ উপ বিভাগীয়/ আৰ্হি চিকিৎসালয়সমূহক আঁচনিখনৰ অধীনত অন্তৰ্ভূক্ত কৰা হৈছে। তালিকাভুক্ত চিকিৎসালয়বোৰ হৈছে একমাত্ৰ চিকিৎসালয় য'ত হিতাধিকাৰীয়ে আঁচনিখনৰ অধীনত বিনামূলীয়া নগদবিহীন চিকিৎসা (উপযোগ্য পৰিমাণলৈকে) লাভ কৰাৰ বাবে সুবিধা প্ৰাপ্ত কৰে।

    চিকিৎসালয় তালিকাভূক্তকৰণ

    চিকিৎসালয়ৰ তালিকাভূক্তকৰণ প্ৰক্ৰিয়াৰ বাবে চাওঁক
    https://hospitals.pmjay.gov.in

    যোগ্যতা:
    • এছ ই চি চি ডেটাবেছত (২০১১) বৈধ্য প্ৰত্যেকটো যোগ্য পৰিয়াল ইয়াৰ বাবে যোগ্য আৰু আঁচনিখনৰ অধীনত চিকিৎসা লাভ কৰিব পাৰিব।
    • মতামত (ফল্ডাৰত হিতাধিকাৰীৰ মতামত পপত্ৰ হিচাপে সংলগ্ল)
    আয়ুস্মান ভাৰত – প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনা – জিলাভিত্তিক আয়ুস্মান ভাৰত- পি এম জে এ ৱাইৰ অধীনত তালিকাভূক্ত ৰাজহুৱা চিকিৎসালয়সমূহ
    ক্ৰমিক নং চিকিৎসালয়ৰ নাম জিলা
    গৌহাটী চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয় কামৰূপ মেট্ৰ'
    জি এম চি কেঞ্চাৰ হস্পিটাল কামৰূপ মেট্ৰ'
    মহেন্দ্ৰ মোহন চৌধাৰী হস্পিতাল কামৰূপ মেট্ৰ'
    সোণাপুৰ জিলা চিকিৎসালয়, কামৰূপ মেট্ৰ'
    বোকো পি এইচ্ চি/ চি এইচ্ চি/ এফ আৰ ইউ কামৰূপ গ্ৰাম্য
    গৰৈমাৰী চি এইচ্ চি কামৰূপ গ্ৰাম্য
    ৰঙিয়া চি এইচ্ চি/ এফ আৰ ইউ/ এচ ডি চি এইচ্ কামৰূপ গ্ৰাম্য
    হাজো বি পি এইচ্ চি কামৰূপ গ্ৰাম্য
    সোণতলি পি এইচ্ চি কামৰূপ গ্ৰাম্য
    ১০ অসম চিকিৎসা মহাবিদ্যালয়, ডিব্ৰুগড় ডিব্ৰুগড়
    ১১ মণ্ডল ৰেল ৱে' চিকিৎসালয় ডিব্ৰুগড়
    ১২ মৰাণ তিলৈ চি এইচ্ চি ডিব্ৰুগড়
    ১৩ নাহৰনি চি এইচ্ চি ডিব্ৰুগড়
    ১৪ টেঙাখাট মহাত্মা গান্ধী মডেল হস্পিটাল ডিব্ৰুগড়
    ১৫ লাহোৱাল বি পি এইচ্ চি ডিব্ৰুগড়
    ১৬ ডo ৰবি বড়ো অসামৰিক চিকিৎসালয় বাক্সা
    ১৭ কুমাৰীকাটা এচ ডি বাক্সা
    ১৮ তামুলপুৰ চি এইচ্ চি বাক্সা
    ১৯ ফখৰুদ্দিন আলি আহমেদ চিকিৎসা মহাবিদ্যালয় বৰপেটা
    ২০ বৰপেটা অসামৰিক চিকিৎসালয়, কলগাছিয়া বৰপেটা
    ২১ বৰপেটা ৰোড এফ আৰ ইউ বৰপেটা
    ২২ চেঙা বি পি এইচ্ চি বৰপেটা
    ২৩ শ্বহীদ এম আৰ এচ ডি চি এইচ্, পাঠশালা বৰপেটা
    ২৪ নগাঁও বি পি এইচ্ চি বৰপেটা
    ২৫ আলোপাটি এম পি এইচ্ চি বৰপেটা
    ২৬ মন্দিয়া মডেল হস্পিতাল বৰপেটা
    ২৭ বিশ্বনাথ চাৰিআলি এচ ডি চি এইচ্ বিশ্বনাথ
    ২৮ বিশ্বনাথ চাৰিআলি এচ ডি চি এইচ্ বিশ্বনাথ
    ২৯ বঙাইগাঁৱ অসামৰিক চিকিৎসালয় বঙাইগাঁৱ
    ৩০ নতুন বঙাইগাঁৱ মণ্ডল ৰেল ৱে' চিকিৎসালয় বঙাইগাঁৱ
    ৩১ অভয়াপু্ৰী চি এইচ্ চি বঙাইগাঁৱ
    ৩২ চলন্তপাৰা এম পি এইচ্ চি বঙাইগাঁৱ
    ৩৩ লেংটিচিঙা এম পি এইচ্ চি বঙাইগাঁৱ
    ৩৪ মানিকপুৰ ম'ডেল হস্পিতাল বঙাইগাঁৱ
    ৩৫ শিলছৰ চিকিৎসা মহাবিদ্যালয় কাছাৰ
    ৩৬ এচ এম দেৱ অসামৰিক চিকিৎসালয় কাছাৰ
    ৩৭ বৰজালেঙা এম পি এইচ্ চি কাছাৰ
    ৩৮ বিক্ৰমপুৰ বিপিএইচ্ চি কাছাৰ
    ৩৯ বৰখোলা পিএইচ্ চি কাছাৰ
    ৪০ ঢোলাই বিপিএইচ্ চি কাছাৰ
    ৪১ কালাইন চি এইচ্ চি কাছাৰ
    ৪২ উধাৰবন্দ বিপিএইচ্ চি কাছাৰ
    ৪৩ সোণাই পিএইচ্ চি কাছাৰ
    ৪৪ নৰসিংহ এমপিএইচ্ চি কাছাৰ
    ৪৫ কাটিগোৰাহ ম'ডেল হস্পিতাল কাছাৰ
    ৪৬ সোণবাৰিঘাট এচ এইচ্ চি কাছাৰ
    ৪৭ সোণাৰি এচ ডি চি এইচ্ চৰাইদেও
    ৪৮ Jwhwlao Swmla Brahma Civil Hospital চিৰাং
    ৪৯ ভেটাগাঁৱ চি এইচ্ চি চৰাইদেও
    ৫০ মঙ্গলদৈ অসামৰিক চিকিৎসালয়, মঙ্গলদৈ দৰং
    ৫১ খাৰুপেটিয়া চিএইচ্ চি দৰং
    ৫২ ধেমাজী অসামৰিক চিকিৎসালয় ধেমাজী
    ৫৩ চিলাপথাৰ ম'ডেল হস্পিতাল ধেমাজী
    ৫৪ চিমেনমুখ পিএইচ্ চি ধেমাজী
    ৫৫ গোগামুখ চিএইচ্ চি ধেমাজী
    ৫৬ জোনাই বিপিএইচ্ চি ধেমাজী
    ৫৭ ধুবুৰী অসামৰিক চিকিৎসালয় ধুবুৰী
    ৫৮ আগমণি চিএইচ্ চি ধুবুৰী
    ৫৯ চাপৰ চিএইচ্ চি ধুবুৰী
    ৬০ গৌৰিপুৰ চিএইচ্ চি ধুবুৰী
    ৬১ গোলকগঞ্জ পিএইচ্ চি ধুবুৰী
    ৬২ এম. জি ম'ডেল হস্পিতাল, বগৰীবাৰী ধুবুৰী
    ৬৩ তামাৰহাট এম পি এইচ্ চি ধুবুৰী
    ৬৪ হালাকুৰা চি এইচ্ চি ধুবুৰী
    ৬৫ হাফলং অসামৰিক চিকিৎসালয় ডিমা হাচাও
    ৬৬ গোৱালপাৰা অসামৰিক চিকিৎসালয় গোৱালপাৰা
    ৬৭ দুধনৈ চিএইচ্ চি আৰু এফ আৰ ইউ গোৱালপাৰা
    ৬৮ আমবাৰী বজাৰ ম'ডেল হস্পিতাল গোৱালপাৰা
    ৬৯ কৃষ্ঞাই এম পি এইচ্ চি গোৱালপাৰা
    ৭০ লক্ষীপুৰ চি এইচ্ চি/ বিপিএইচ্ চি গোৱালপাৰা
    ৭১ মটিয়া ম'ডেল হস্পিতাল গোৱালপাৰা
    ৭২ শিমলিতলি এম পি এইচ্ চি গোৱালপাৰা
    ৭৩ শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয় গোলাঘাট
    ৭৪ দেৰগাঁৱ চি এইচ্ চি গোলাঘাট
    ৭৫ মেৰাপানী চি এইচ্ চি গোলাঘাট
    ৭৬ শ্বহীদ কমলা মিৰি অসামৰিক চিকিৎসালয় গোলাঘাট
    ৭৭ সৰুপথাৰ চি এইচ্ চি গোলাঘাট
    ৭৮ এচ কে ৰয় অসামৰিক চিকিৎসালয় হাইলাকান্দি
    ৭৯ আলগাপুৰ ম'ডেল হস্পিতাল হাইলাকান্দি
    ৮০ কাটলিছেৰা বিপিএইচ্ চি হাইলাকান্দি
    ৮১ লালা চি এইচ্ চি হাইলাকান্দি
    ৮২ ডোবোকা চি এইচ্ চি হোজাই
    ৮৩ লংকা চি এইচ্ চি হোজাই
    ৮৪ লামডিং চি এইচ্ চি হোজাই
    ৮৫ এম.জি. ম'ডেল হস্পিতাল নীলবাগান হোজাই
    ৮৬ হোজাই এফ আৰ ইউ হোজাই
    ৮৭ যোৰহাট চিকিৎসা মহাবিদ্যালয় যোৰহাট
    ৮৮ টিয়ঁক এফ আৰ ইউ যোৰহাট
    ৮৯ তিতাবৰ এচ ডি চি এইচ্ যোৰহাট
    ৯০ ডিফু চিকিৎসা মহাবিদ্যালয় পূৱ কাৰ্বি আংলং
    ৯১ বকলিয়া চি এইচ্ চি পূৱ কাৰ্বি আংলং
    ৯২ বোকাজান চি এইচ্ চি পূৱ কাৰ্বি আংলং
    ৯৩ ডোকমোকা এম পি এইচ্ চি পূৱ কাৰ্বি আংলং
    ৯৪ হাওঁৰাঘাট চি এইচ্ চি পশ্চিম কাৰ্বি আংলং
    ৯৫ ডোনকামোকাম চি এইচ্ চি পশ্চিম কাৰ্বি আংলং
    ৯৬ খেৰনি ম'ডেল হস্পিতাল পশ্চিম কাৰ্বি আংলং
    ৯৬ খেৰনি ম'ডেল হস্পিতাল পশ্চিম কাৰ্বি আংলং
    ৯৬ খেৰনি ম'ডেল হস্পিতাল পশ্চিম কাৰ্বি আংলং
    ৯৭ কৰিমগঞ্জ অসামৰিক চিকিৎসালয় কৰিমগঞ্জ
    ৯৮ বৰাইগ্ৰাম ম'ডেল হস্পিতাল কৰিমগঞ্জ
    ৯৯ ছাৰগোলা এম পি এইচ্ চি কৰিমগঞ্জ
    ১০০ গীৰিশগঞ্জ ম'ডেল হস্পিতাল কৰিমগঞ্জ
    ১০১ আৰ.কে নগৰ এম পি এইচ্ চি কৰিমগঞ্জ
    ১০২ শ্ৰীগৌৰী চিএইচ্ চি কৰিমগঞ্জ
    ১০৩ পাথেৰকান্দি চিএইচ্ চি কৰিমগঞ্জ
    ১০৪ কালিগঞ্জ এম পি এইচ্ চি কৰিমগঞ্জ
    ১০৫ আৰ এন বি অসামৰিক চিকিৎসালয় কোকৰাঝাৰ
    ১০৬ দ'টমা চিএইচ্ চি কোকৰাঝাৰ
    ১০৭ আৰ এন বি অসামৰিক চিকিৎসালয় কোকৰাঝাৰ
    ১০৮ লক্ষীমপুৰ অসামৰিক চিকিৎসালয় লক্ষীমপুৰ
    ১০৯ বিহপুৰীয়া চিএইচ্ চি লক্ষীমপুৰ
    ১১০ বঙালমাৰা চিএইচ্ চি লক্ষীমপুৰ
    ১১১ ঢকুৱাখানা এচ ডি চি এইচ্ লক্ষীমপুৰ
    ১১২ লালুক ম'ডেল হস্পিতাল লক্ষীমপুৰ
    ১১৩ নাওবৈছা চিএইচ্ চি লক্ষীমপুৰ
    ১১৪ মাজুলী জিলা চিকিৎসালয় (গড়মুৰ) মাজুলী
    ১১৫ মাজুলী জিলা চিকিৎসালয় (গড়মুৰ) মৰিগাঁৱ
    ১১৬ ভুৰাগাঁৱ এচ এইচ্ চি মৰিগাঁৱ
    ১১৭ লাহৰীঘাট ম'ডেল হস্পিতাল মৰিগাঁৱ
    ১১৮ এম জি ম'ডেল হস্পিতাল, নাখোলা মৰিগাঁৱ
    ১১৯ মৈৰাবাৰী এফ আৰ ইউ মৰিগাঁৱ
    ১২০ ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয় নগাঁও
    ১২১ লামডিং ৰেল ৱে' হস্পিতাল নগাঁও
    ১২২ জখলাবন্ধা এফ আৰ ইউ নগাঁও
    ১২৩ কামপুৰ এফ আৰ ইউ নগাঁও
    ১২৪ কঠিয়াতলী ব্লক পি এইচ্ চি নগাঁও
    ১২৫ চিলঙনি আমটোলা এম পি এইচ্ চি নগাঁও
    ১২৬ ধিং এফ আৰ ইউ নগাঁও
    ১২৭ চামাগুৰি বিপিএইচ্ চি নগাঁও
    ১২৮ দগাঁও বিপিএইচ্ চি নগাঁও
    ১২৯ জুৰীয়া এম পি এইচ্ চি নগাঁও
    ১৩০ কচুৱা ম'ডেল হস্পিতাল নগাঁও
    ১৩১ কাৱৈমাৰী এফ আৰ ইউ নগাঁও
    ১৩২ ৰূপহী ম'ডেল হস্পিতাল নগাঁও
    ১৩৩ এম চি এইচ্ উঈং (বিপি অসামৰিক চিকিৎসালয়) মৌখুলি নগাঁও
    ১৩৪ স্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয় নলবাৰী
    ১৩৫ মুকালমুৱা এফ আৰ ইউ নলবাৰী
    ১৩৬ এয়াৰকাটা এচ চি দক্ষিণ শালমাৰা মানকাছাৰ
    ১৩৭ গজাৰীকান্দি ব্লক পিএইচ্ চি দক্ষিণ শালমাৰা মানকাছাৰ
    ১৩৮ মানকাছাৰ চি এইচ্ চি দক্ষিণ শালমাৰা মানকাছাৰ
    ১৩৯ উপ মণ্ডল অসামৰিক চিকিৎসালয়, পানবাৰী দক্ষিণ শালমাৰা মানকাছাৰ
    ১৪০ শিৱসাগৰ অসামৰিক চিকিৎসালয় শিৱসাগৰ
    ১৪১ ডিমৌ ম'ডেল হস্পিতাল শিৱসাগৰ
    ১৪২ কে এচ এইচ্ এচ এচ ডি চি এইচ্ শিৱসাগৰ
    ১৪৩ তেজপুৰ চিকিৎসা মহাবিদ্যালয় শোণিতপুৰ
    ১৪৪ কনকলতা অসামৰিক চিকিৎসালয়,তেজপুৰ শোণিতপুৰ
    ১৪৫ ঢেকিয়াজুলি চিএইচ্ চি শোণিতপুৰ
    ১৪৬ উত্তৰ জামুগুৰি চিএইচ্ চি শোণিতপুৰ
    ১৪৭ গৰুবান্ধা এচ ডি শোণিতপুৰ
    ১৪৮ এল জি বি অসামৰিক চিকিৎসালয় তিনিচুকীয়া
    ১৪৯ ডিগবৈ চিএইচ্ চি তিনিচুকীয়া
    ১৫০ ডুমডুমা এফ আৰ ইউ তিনিচুকীয়া
    ১৫১ মাৰ্ঘেৰিটা চিএইচ্ চি তিনিচুকীয়া
    ১৫২ চপাখোৱা এফ আৰ ইউ তিনিচুকীয়া
    ১৫৩ উদালগুৰি অসামৰিক চিকিৎসালয় উদালগুৰি
    ১৫৪ টংলা চিএইচ্ চি উদালগুৰি
    ১৫৫ ৰৌতা ম'ডেল হস্পিতাল উদালগুৰি
    ১৫৬ ওৰাঙ চিএইচ্ চি উদালগুৰি