| ক্ৰ. নং |
চিকিৎসালয়ৰ নাম |
জিলা |
বিশেষত্ব |
| ১ |
আদিত্য ডায়োগনাষ্টিক আৰু চিকিৎসালয় |
ডিব্ৰুগড় |
কাৰ্ডিঅ'লজী, চি টি ভি এচ, নেফ্ৰোলজীৰ লগতে ডায়েলাইচিচ |
| ২ |
এজাইল হস্পিটেল প্ৰাইভেট লিমিটেড |
কামৰূপ মহানগৰ |
শিশু ৰোগ |
| ৩ |
আল-ছালাম চিকিৎসালয় |
গোৱালপাৰা |
নেফ্ৰোলজী, ডায়েলাইচিচ |
| ৪ |
এপোলো চিকিৎসালয়- আগতে ইণ্টাৰনেচেনেল চিকিৎসালয় |
কামৰূপ মহানগৰ |
কাৰ্ডিঅ'লজী, চি টি ভি এচ |
| ৫ |
আৰ্য চিকিৎসালয় |
কামৰূপ মহানগৰ |
নিওনেটোলজী, নেফ্ৰোলজী, ডায়েলাইচিচ |
| ৬ |
অসম চিকিৎসা মহাবিদ্যালয় |
ডিব্ৰুগড় |
কাৰ্ডিঅ'লজী, নেফ্ৰোলজী, নিউৰোলজী, শিশু ৰোগ, বাৰ্ণচ, প্লাষ্টিক আৰু পুনৰ্গঠনমূলক অস্ত্ৰোপচাৰ, মেডিকেল অংক'লজী, বিকিৰণ অংক'লজী, চাৰ্জিকেল অংক'লজী |
| ৭ |
আয়ুৰসুন্দ্ৰা চুপাৰস্পেচিয়েলিটি হস্পিটেল |
কামৰূপ মহানগৰ |
কাৰ্ডিঅ'লজী, নেফ্ৰোলজী |
| ৮ |
কাছাৰ কৰ্কট চিকিৎসালয় আৰু গৱেষণা কেন্দ্ৰ |
কাছাৰ |
মেডিকেল অংক'লজী, বিকিৰণ অংক'লজী, চাৰ্জিকেল অংক'লজী |
| ৯ |
ডিফু চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয় |
কাৰ্বি আংলং |
মেডিকেল অংক'লজী, বিকিৰণ অংক'লজী, চাৰ্জিকেল অংক'লজী |
| ১০ |
দিছপুৰ হস্পিটেল প্ৰাইভেট লিমিটেড |
কামৰূপ মহানগৰ |
কাৰ্ডিঅ'লজী, নেফ্ৰোলজী, নিউৰোলজী |
| ১১ |
দিছপুৰ পলিক্লিনিক চিকিৎসালয় |
কামৰূপ মহানগৰ |
শিশু ৰোগ, নেফ্ৰোলজী |
| ১২ |
ডাউনটাউন হস্পিটেল |
কামৰূপ মহানগৰ |
কাৰ্ডিঅ'লজী |
| ১৩ |
ড. বৰুৱা কৰ্কট প্ৰতিষ্ঠান |
কামৰূপ |
অস্ত্ৰোপ্ৰচাৰ অংকলজী, মেডিকেল অংকলজী, ৰেডিয়েচন অংকলজী |
| ১৪ |
এক্সেল কেয়াৰ চিকিৎসালয় |
কামৰূপ মহানগৰ |
কাৰ্ডিঅ'লজী, নেফ্ৰোলজী, নিউৰোলজী |
| ১৫ |
ফকৰুদ্দিন আলী আহমেদ চিকিৎসা মহাবিদ্যালয়, বৰপেটা |
বৰপেটা |
কাৰ্ডিঅ'লজী, নেফ্ৰোলজী, নিউৰোলজী, শিশু ৰোগ, বাৰ্ণচ, প্লাষ্টিক আৰু পুনৰ্গঠনমূলক অস্ত্ৰোপ্ৰচাৰ, অস্ত্ৰোপ্ৰচাৰ অংকলজী, মেডিকেল অংকলজী, ৰেডিয়েচন অংকলজী |
| ১৬ |
গেট হস্পিটেল |
কামৰূপ মহানগৰ |
কাৰ্ডিঅ'লজী, নেফ্ৰোলজী, নিউৰোলজী, শিশু ৰোগ |
| ১৭ |
গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয় |
কামৰূপ মহানগৰ |
কাৰ্ডিঅ'লজী, নেফ্ৰোলজী, নিউৰোলজী, শিশু ৰোগ, বাৰ্ণচ, প্লাষ্টিক আৰু পুনৰ্গঠনমূলক অস্ত্ৰোপ্ৰচাৰ, অস্ত্ৰোপ্ৰচাৰ অংকলজী, মেডিকেল অংকলজী, ৰেডিয়েচন অংকলজী |
| ১৮ |
জিএমচি কৰ্কট চিকিৎসালয় |
কামৰূপ মহানগৰ |
অস্ত্ৰোপ্ৰচাৰ অংকলজী, মেডিকেল অংকলজী, ৰেডিয়েচন অংকলজী |
| ১৯ |
জি এন আৰ চি দিছপুৰ |
কামৰূপ মহানগৰ |
কাৰ্ডিঅ'লজী, নেফ্ৰোলজী, নিউৰোলজী |
| ২০ |
জি এন আৰ চি চিকিৎসালয় ছয় মাইল |
কামৰূপ মহানগৰ |
কাৰ্ডিঅ'লজী, নেফ্ৰোলজী, নিউৰোলজী |
| ২১ |
জিএনআৰচি চিকিৎসা বিজ্ঞান প্ৰতিষ্ঠান, আমিনগাঁও |
কামৰূপ মহানগৰ |
কাৰ্ডিঅ'লজী, নেফ্ৰোলজী, নিউৰোলজী |
| ২২ |
গুৱাহাটী মেট্ৰ' চিকিৎসালয় |
কামৰূপ মহানগৰ |
কাৰ্ডিঅ'লজী, নেফ্ৰোলজী, নিউৰোলজী, শিশু ৰোগ, পোৰা, প্লাষ্টিক আৰু পুনৰ্গঠনমূলক অস্ত্ৰোপ্ৰচাৰ, অস্ত্ৰোপ্ৰচাৰ অংকলজী, মেডিকেল অংকলজী, ৰেডিয়েচন অংকলজী |
| ২৩ |
এইচ.এম পলিক্লিনিক আৰু ডায়গনষ্টিক চেণ্টাৰ |
ডিব্ৰুগড় |
কাৰ্ডিঅ'লজী, নিউৰোলজী |
| ২৪ |
হেম হস্পিটেল এণ্ড ৰিচাৰ্চ চেণ্টাৰ |
হোজাই |
নিওনেট'লজী |
| ২৫ |
হায়াট চিকিৎসালয় |
কামৰূপ মহানগৰ |
কাৰ্ডিঅ'লজী, নিউৰোলজী |
| ২৬ |
হেল্থ চিটি হস্পিটেল, গুৱাহাটী (নৰ্থ ইষ্ট হেল্থ চিটি প্ৰাইভেট লিমিটেডৰ এটা ইউনিট) |
কামৰূপ মহানগৰ |
কাৰ্ডিঅ'লজী, মেডিকেল অংকলজী |
| ২৭ |
জে.জে. মেম'ৰিয়েল ডায়গনষ্টিকচ এণ্ড হস্পিটেলচ প্ৰাইভেট লিমিটেড |
ডিব্ৰুগড় |
কাৰ্ডিঅ'লজী, নিউৰোলজী, নিওনেট'লজী, শিশু ৰোগ |
| ২৮ |
যোৰহাট খ্ৰীষ্টান চিকিৎসা কেন্দ্ৰ |
যোৰহাট |
নেফ্ৰোলজি |
| ২৯ |
যোৰহাট চিকিৎসা মহাবিদ্যালয় |
যোৰহাট |
কাৰ্ডিঅ'লজী,নেফ্ৰোলজি, নিউৰোলজী, শিশু ৰোগ, বাৰ্ণচ, প্লাষ্টিক আৰু পুনৰ্গঠনমূলক অস্ত্ৰোপ্ৰচাৰ, অস্ত্ৰোপ্ৰচাৰ অংকলজী, মেডিকেল অংকলজী, ৰেডিয়েচন অংকলজী |
| ৩০ |
কৰিমগঞ্জ অসামৰিক চিকিৎসালয় |
কৰিমগঞ্জ |
কাৰ্ডিঅ'লজী, নিউৰোলজী, নিওনেটোলজী, শিশু ৰোগ |
| ৩১ |
কেজিএমটি মাল্টিস্পেচিয়েলিটি হস্পিটেল |
কামৰূপ মহানগৰ |
কাৰ্ডিঅ'লজী, নিউৰোলজী, নেফ্ৰোলজি |
| ৩২ |
মাৰোৱাৰী চিকিৎসালয় |
কামৰূপ মহানগৰ |
নিওনেটোলজী, নেফ্ৰোলজি |
| ৩৩ |
মেডিকেয়াৰ ডায়েগানোষ্টিক চিকিৎসালয় |
ডিব্ৰুগড় |
কাৰ্ডিঅ'লজী, নিউৰোলজী, নেফ্ৰোলজি |
| ৩৪ |
মিডলেণ্ড হস্পিটেল এণ্ড ৰিচাৰ্চ চেণ্টাৰ (প্ৰা) লিমিটেড |
কামৰূপ মহানগৰ |
কাৰ্ডিঅ'লজী, নিউৰোলজী, নেফ্ৰোলজি, শিশু ৰোগ, বাৰ্ণচ, প্লাষ্টিক আৰু পুনৰ্গঠনমূলক অস্ত্ৰোপ্ৰচাৰ, অস্ত্ৰোপ্ৰচাৰ অংকলজী, মেডিকেল অংকলজী, ৰেডিয়েচন অংকলজী |
| ৩৫ |
নলবাৰী মাল্টিস্পেচিয়েলিটি হস্পিটেল |
নলবাৰী |
কাৰ্ডিঅ'লজী, নিউৰোলজী, নেফ্ৰোলজি |
| ৩৬ |
নাৰায়ণ চুপাৰস্পেচিয়েলিটি হস্পিটেল |
কামৰূপ |
কাৰ্ডিঅ'লজী, নিউৰোলজী, নেফ্ৰোলজি |
| ৩৭ |
নেমকেয়াৰ হস্পিটেল |
কামৰূপ মহানগৰ |
জুয়ে পোৰা, প্লাষ্টিক আৰু পুনৰ্গঠনমূলক অস্ত্ৰোপ্ৰচাৰ |
| ৩৮ |
নৰ্থ ইষ্ট কেন্সাৰ হস্পিটেল এণ্ড ৰিচাৰ্চ ইনষ্টিটিউট |
কামৰূপ মহানগৰ |
অস্ত্ৰোপ্ৰচাৰ অংকলজী, মেডিকেল অংকলজী, ৰেডিয়েচন অংকলজী |
| ৩৯ |
এচ কে ৰয় অসামৰিক চিকিৎসালয় |
হাইলাকান্দি |
শিশু ৰোগ, নিওনেটোলজী |
| ৪০ |
চেইণ্ট জনচ চিকিৎসালয় |
কামৰূপ মহানগৰ |
নিউৰোলজী, নেফ্ৰোলজি, শিশু ৰোগ |
| ৪১ |
শিলচৰ চিকিৎসা মহাবিদ্যালয় |
কাচাৰ |
কাৰ্ডিঅ'লজী, নিউৰোলজী, নেফ্ৰোলজি, শিশু ৰোগ, জুয়ে পোৰা, প্লাষ্টিক আৰু পুনৰ্গঠনমূলক অস্ত্ৰোপ্ৰচাৰ, অস্ত্ৰোপ্ৰচাৰ অংকলজী, মেডিকেল অংকলজী, ৰেডিয়েচন অংকলজী |
| ৪২ |
স্পৰ্শ চিকিৎসালয় |
কামৰূপ |
শিশু ৰোগ, কাৰ্ডিঅ'লজী |
| ৪৩ |
চান ভেলী হস্পিটেল |
কামৰূপ মহানগৰ |
শিশু ৰোগ, কাৰ্ডিঅ'লজী |
| ৪৪ |
স্বাগত চুপাৰস্পেচিয়েলিটি চাৰ্জিকেল ইনষ্টিটিউট |
কামৰূপ মহানগৰ |
শিশু ৰোগ, কাৰ্ডিঅ'লজী |
| ৪৫ |
স্বৰ্গদেউ চুকাফা মাল্টিস্পেচিয়েলিটি চিকিৎসালয় |
শিৱসাগৰ |
শিশু ৰোগ, কাৰ্ডিঅ'লজী |
| ৪৬ |
স্বাস্তী চিকিৎসালয় |
কামৰূপ |
নিওনেটোলজী, কাৰ্ডিঅ'লজী, নিউৰোলজী, নেফ্ৰোলজি |
| ৪৭ |
তেজপুৰ চিকিৎসা মহাবিদ্যালয় |
শোণিতপুৰ |
কাৰ্ডিঅ'লজী, নিউৰোলজী, নেফ্ৰোলজি, শিশু ৰোগ,জুয়ে পোৰা, প্লাষ্টিক আৰু পুনৰ্গঠনমূলক অস্ত্ৰোপ্ৰচাৰ, অস্ত্ৰোপ্ৰচাৰ অংকলজী, মেডিকেল অংকলজী, ৰেডিয়েচন অংকলজী |
| ৪৮ |
উইনট্ৰৱ হস্পিতাল |
কামৰূপ মহানগৰ |
শিশু ৰোগ |
| ৪৯ |
ক্ৰিটিকেল কেয়াৰ হস্পিটেল আৰু ৰিচাৰ্চ ইনষ্টিটিউত |
কামৰূপ মহানগৰ |
কাৰ্ডিঅ'লজী, নিউৰোলজী, নেফ্ৰোলজি |
| ৫০ |
ৰঙিয়া পলিক্লিনিক আৰু নাৰ্চিং হোম |
কামৰূপ মহানগৰ |
কাৰ্ডিঅ'লজী,নিওনেটোলজী, শিশু ৰোগ |
| ৫১ |
অৰুণা মেম'ৰিয়েল হস্পিটেল (পি) লিমিটেড |
কামৰূপ মহানগৰ |
শিশু ৰোগ,নিওনেটোলজী,কাৰ্ডিঅ'লজী, নেফ্ৰোলজী, নিউৰোলজী |
| ৫২ |
বৰপেটা কৰ্কট কেন্দ্ৰ |
বৰপেটা |
মেডিকেল অংকলজী, ৰেডিয়েচন অংকলজী |
| ৫৩ |
অসম কেঞ্চাৰ কেয়াৰ ফাউণ্ডেচন |
ডিব্ৰুগড় |
মেডিকেল অংকলজী, ৰেডিয়েচন অংকলজী |
| ৫৪ |
ব্লুবাৰ্ড হেল্থকেয়াৰ এণ্ড ৰিচাৰ্চ ইনষ্টিটিউ |
কামৰূপ মহানগৰ |
মেডিকেল অংকলজী |
| ৫৫ |
অনকো কেয়াৰ ডিফু |
কাৰ্বি আংলং |
মেডিকেল অংকলজী, ৰেডিয়েচন অংকলজী |